সিদ্ধু মুছৱালাৰ হত্যাকাণ্ডৰ দুই মূল অভিযুক্তক গ্রেপ্তাৰ…

সিদ্ধু মুছৱালাৰ হত্যাকাণ্ডৰ দুই মূল অভিযুক্তক গ্রেপ্তাৰ…

author-image
asomiyapratidin
New Update
সিদ্ধু মুছৱালাৰ হত্যাকাণ্ডৰ দুই মূল অভিযুক্তক গ্রেপ্তাৰ…

  • কণ্ঠশিল্পী সিদ্ধু মুছৱালাৰ হত্যাকাণ্ডৰ দুই মূল অভিযুক্তক গ্রেপ্তাৰ।
  • মূল অভিযুক্ত শচীন থাপন বিষ্ণয়ক আটক কৰে আৰক্ষীয়ে।
  • আজাৰবাইজানৰ পৰা আটক কৰে শচীন থাপন বিষ্ণয়ক।
  • হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল আনমোল বিষ্ণয়।
  • আনমোল বিষ্ণয়ক কেনিয়াৰ পৰা আটক কৰা হয়।
  • পাঞ্জাৱ পুলিচে আটক কৰিছে দুই মূল অভিযুক্তক।
india