কণ্ঠশিল্পী মহেন্দ্র হাজৰিকাৰ বাহন দুৰ্ঘটনাগ্রস্ত, আহত কন্ঠশিল্পী গৰাকী

কণ্ঠশিল্পী মহেন্দ্র হাজৰিকাৰ বাহন দুৰ্ঘটনাগ্রস্ত, আহত কন্ঠশিল্পী গৰাকী
  • নিশা কণ্ঠশিল্পী মহেন্দ্র হাজৰিকাৰ বাহন দুৰ্ঘটনাগ্রস্ত

  • নিয়ন্ত্রণ হেৰুৱাই দলঙৰ কাষৰ এজোপা গছত খুন্দিয়াই আহত শিল্পীগৰাকী

  • জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখী আছিল শিল্পীগৰাকীৰ বাহনখন

  • আঘাতপ্রাপ্ত শিল্পীগৰাকীক স্থানীয় ৰাইজৰ সহযোগত বাহনখনৰ পৰা উদ্ধাৰ

  • ততাতৈয়াকৈ শিল্পীগৰাকীক লৈ যোৱা হয় চিকিৎসালয়লৈ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in