New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
নিশা কণ্ঠশিল্পী মহেন্দ্র হাজৰিকাৰ বাহন দুৰ্ঘটনাগ্রস্ত
নিয়ন্ত্রণ হেৰুৱাই দলঙৰ কাষৰ এজোপা গছত খুন্দিয়াই আহত শিল্পীগৰাকী
জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখী আছিল শিল্পীগৰাকীৰ বাহনখন
আঘাতপ্রাপ্ত শিল্পীগৰাকীক স্থানীয় ৰাইজৰ সহযোগত বাহনখনৰ পৰা উদ্ধাৰ
ততাতৈয়াকৈ শিল্পীগৰাকীক লৈ যোৱা হয় চিকিৎসালয়লৈ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us