শিলচৰ-মিজোৰাম ৰাষ্ট্রীয় ঘাইপথৰ ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু...

টায়াৰ ফুটি নিয়ন্ত্রণ হেৰুৱাই খেতিপথাৰত বাগৰিল টাটা ছুম’ বাহন।
টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষঃ দুজন গুৰুতৰ ভাৱে আহত...
টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষঃ দুজন গুৰুতৰ ভাৱে আহত...road accident
  • শিলচৰ-মিজোৰাম ৰাষ্ট্রীয় ঘাইপথৰ সৈদপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • টায়াৰ ফুটি নিয়ন্ত্রণ হেৰুৱাই খেতিপথাৰত বাগৰিল টাটা ছুম’ বাহন।

  • ঘটনাস্থলীতে এগৰাকী যাত্রীৰ মৃত্যু, আহত ৪ জন।

  • মৃত লোকজনৰ নাম জুবেল আহমেদ বুলি জানিব পৰা গৈছে।

  • আহতকেইগৰাকীক উন্নত চিকিৎসাৰ বাবে SMCHলৈ প্রেৰণ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in