/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষঃ দুজন গুৰুতৰ ভাৱে আহত... road accident
শিলচৰ-মিজোৰাম ৰাষ্ট্রীয় ঘাইপথৰ সৈদপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
টায়াৰ ফুটি নিয়ন্ত্রণ হেৰুৱাই খেতিপথাৰত বাগৰিল টাটা ছুম’ বাহন।
ঘটনাস্থলীতে এগৰাকী যাত্রীৰ মৃত্যু, আহত ৪ জন।
মৃত লোকজনৰ নাম জুবেল আহমেদ বুলি জানিব পৰা গৈছে।
আহতকেইগৰাকীক উন্নত চিকিৎসাৰ বাবে SMCHলৈ প্রেৰণ।