New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/16b7a082-7912-48e4-a768-ac96ee1b1abb/download.jpg)
শিলচৰত নাবালিকাক বলাৎকাৰৰ ঘটনা।
শুকুৰবাৰে পোহৰলৈ আহিছে এই ঘটনা।
কাছাৰৰ ৰাজনগৰ কাটাটিল্লাত সংঘটিত এই ঘটনা।
ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰিছিল লম্পট যুৱকে।
স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে লম্পট সঞ্জয় ৰায়ক।
সঞ্জয় ৰায়ক উত্তম-মধ্যম সোধাই চমজাই দিয়ে আৰক্ষীক।
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ।