/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/crime.jpg)
-
শিলচৰৰ কালিবাৰী চৰত নৃশংস হত্যাকাণ্ড।
-
ৰাজপথতে ছাতিৰে হানি হত্যা ১৩ বছৰীয়া কিশোৰক।
-
শনিবাৰে সংঘটিত হয় এই ঘটনা।
-
১৩ বছৰীয়া কিশোৰক হত্যা কৰে ১৬ বছৰীয়া কিশোৰে।
-
এখন ফুটবল খেলক লৈ দুয়োৰে মাজত সংঘটিত হৈছিল কাজিয়াৰ।
-
ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে কিশোৰজনে।
-
পৰৱৰ্তী সময়ত আৰক্ষীয়ে কৰায়ত্ত কৰে অভিযুক্ত কিশোৰজনক