New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
শিলচৰ–আইজল ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।
বুধবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা।
পথৰ কাষত ৰৈ থকা কণ্টেইনাৰ বাহনত খুন্দা দুই বাইক আৰোহীৰ।
থিতাতে নিহত দুই বাইক আৰোহী।
মৃত যুৱকদ্বয়ৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই।
দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS-11 Z 4632।