শিলচৰ মিজোৰাম ৰাষ্ট্রীয় ঘাইপথত ডকাইতি কাণ্ড

শিলচৰ মিজোৰাম ৰাষ্ট্রীয় ঘাইপথত ডকাইতি কাণ্ড
  • শিলচৰ মিজোৰাম ৰাষ্ট্রীয় ঘাইপথত ডকাইতি কাণ্ড

  • সোণাবাৰীঘাটত ট্রাকৰ পৰা ডকাইতে লুটি নিলে ধন

  • লুটি নিয়ে প্রায় ৪ লাখ ৭০ হাজাৰ টকা

  • ট্রাকখনৰ চালক-হেণ্ডিমেনক আক্রমণ ৫জনীয়া ডকাইতৰ দলটোৰ

  • আক্রমণত আহত বাহাৰুল ইছলাম, আব্দুল হান্নান

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in