New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডাঙৰ খবৰ
কাছাৰৰ উধাৰবন্দত বিধ্বংসী অগ্নিকাণ্ড।
চইলতা কান্দিৰ তাজল উদ্দিন নামৰ এজনৰ ঘৰত এই অগ্নিকাণ্ড।
জুইত সম্পূৰ্ণৰূপে জাহ গ’ল লোকজনৰ বাসগৃহ।
অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্রী ভস্মীভূত।
অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই।
Also Read: লক্ষ্য বিজেপিক গাদীচ্যুত কৰা ! দুধনৈত নিৰ্বাচনী কুচকাৱাজত ব্যস্ত আপ