New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
-
কাছাৰৰ উদাৰবন্দত নৃশংস হত্যাকাণ্ড।
-
পিতৃয়ে হত্যা কৰিলে ৫ বছৰীয়া কন্যা শিশুক।
-
ঘৰৰ পৰা ১ কিঃমিঃ দূৰৰ নলাৰ পৰা উদ্ধাৰ মৃতদেহ।
-
দেওবাৰে উদ্ধাৰ হয় মৃতদেহটো।
-
উদাৰবন্দৰ লাঠিগ্রামত সংঘটিত এই ঘটনা।
-
গ্রেপ্তাৰ পাষাণ পিতৃ নাজিৰ উদ্দিন।