/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
-
কাছাৰৰ টুপখানাত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
বাইক আৰু মাৰুতি ভেনৰ মাজত মুখামুখি সংঘৰ্ষ।
-
দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী মহিলা।
-
বৰ্তমানেও চিনাক্ত হোৱা নাই নিহত মহিলাগৰাকী।
-
বাইক চালকসহ বাহনখনৰ ৪জন যাত্রী আহত।
-
আহতসকলক উন্নত চিকিৎসাৰ বাবে SMCHলৈ প্রেৰণ।