/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/d5bb51fa-a378-4289-b47b-9242a6ccea1f/silchar_23.jpg)
শিলচৰত মহিলাসহ ৫ ড্ৰাগছ সৰবৰাহকাৰী আটক...
-
শিলচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
-
শিলচৰৰ মেহেৰপুৰত এই অভিযান।
-
অভিযানত মহিলাসহ ৫ ড্ৰাগছ সৰবৰাহকাৰীক আটক।
-
মেহেৰপুৰৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত আৰক্ষীয়ে চলাইছিল অভিযান।
-
আৰক্ষীয়ে জব্দ কৰিছে ৩০৬ গ্ৰাম হেৰ'ইন।
-
আটকাধীনসকলৰ মাজত আছে ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীও।
-
আটক মোস্তাক আহমদ, মকবুল আলম, ৰাজন আহমদ, এমাজ হোছেইন।
-
ইয়াৰোপৰি আটক কৰা হৈছে মস্তাক আহমদ আৰু চুমকি বেগম নামৰ এগৰাকী মহিলাক।
Also Read: বগীবিল কাৰেং চাপৰিত মিচিং যুৱ মহোৎসৱৰ প্ৰস্তুতি...