শিলচৰত মহিলাসহ ৫ ড্ৰাগছ সৰবৰাহকাৰী আটক...

শিলচৰত মহিলাসহ ৫ ড্ৰাগছ সৰবৰাহকাৰী আটক...
শিলচৰত মহিলাসহ ৫ ড্ৰাগছ সৰবৰাহকাৰী আটক...
  • শিলচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

  • শিলচৰৰ মেহেৰপুৰত এই অভিযান।

  • অভিযানত মহিলাসহ ৫ ড্ৰাগছ সৰবৰাহকাৰীক আটক।

  • মেহেৰপুৰৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত আৰক্ষীয়ে চলাইছিল অভিযান।

  • আৰক্ষীয়ে জব্দ কৰিছে ৩০৬ গ্ৰাম হেৰ'ইন।

  • আটকাধীনসকলৰ মাজত আছে ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীও।

  • আটক মোস্তাক আহমদ, মকবুল আলম, ৰাজন আহমদ, এমাজ হোছেইন।

  • ইয়াৰোপৰি আটক কৰা হৈছে মস্তাক আহমদ আৰু চুমকি বেগম নামৰ এগৰাকী মহিলাক।

শিলচৰত মহিলাসহ ৫ ড্ৰাগছ সৰবৰাহকাৰী আটক...
বগীবিল কাৰেং চাপৰিত মিচিং যুৱ মহোৎসৱৰ প্ৰস্তুতি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in