New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/850d5e86-39f8-4902-b651-3c4644283e97/iooou.jpg)
কাছাৰৰ গুমৰাত আটক ৪ বাংলাদেশী নাগৰিক।
দেওবাৰে গাঁওৰক্ষী বাহিনীয়ে আটক কৰি গতালে আৰক্ষীক।
ধৃত কেইজন হাবিগঞ্জৰ মুতাছিৰ আলী, জাবেদ আলী।
লগতে আছে চিলেটৰ চফিক আলী, সুনামগঞ্জৰ মহম্মদ আলী।
৩ মাহ পূৰ্বে বাংলাদেশীকেইজন অবৈধভাৱে প্রৱেশ কৰিছিল ভাৰতত।
জম্মু-কাশ্মীৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাই ঘূৰি প্রৱেশ কৰিছিল কাছাৰত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us