অসম মুখ্য-পৃষ্ঠা শৰীৰত জুই লগাই বেংকত প্রৱেশ কৰি আত্মহত্যা কৰ্মচাৰীৰ শৰীৰত জুই লগাই বেংকত প্রৱেশ কৰি আত্মহত্যা কৰ্মচাৰীৰ asomiyapratidin 19 Jul 2022 17:19 IST Follow UsNew Updateকাছাৰৰ মাছিমপুৰ বন্ধন বেংকত অঘটন।মঙলবাৰে সংঘটিত হয় এই ঘটনা।শৰীৰত জুই লগাই বেংকত প্রৱেশ কৰি আত্মহত্যা কৰ্মচাৰীৰ।আত্মহত্যা কৰা কৰ্মচাৰীজনৰ নাম সুজেন দাস।এতিয়াও পোহৰলৈ অহা নাই কৰ্মচাৰীগৰাকীৰ আত্মহত্যাৰ কাৰণ। assam Silchar suicide Assam policeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক