শিলচৰ লোকসভা সমষ্টিত নিশালৈকে চলিল ভোটগ্ৰহণ

শিলচৰ লোকসভা সমষ্টিত নিশালৈকে চলিল ভোটগ্ৰহণ

author-image
asomiyapratidin
New Update
শিলচৰ লোকসভা সমষ্টিত নিশালৈকে চলিল ভোটগ্ৰহণ

  • শিলচৰ লোকসভা সমষ্টিত নিশালৈ চলিল ভোটগ্ৰহণ৷
  • নিশালৈকে দেখিবলৈ পোৱা যায় ভোটাৰৰ দীঘলীয়া শাৰী৷
  • উদাৰবন্দ বিধানসভা সমষ্টিত দেখিবলৈ পোৱা যায় ভোটাৰৰ শাৰী।
  • ৩২ আৰু ৩৩ নম্বৰ ভোটকেন্দ্ৰত নিশা ৭.৩০ বজালৈ ভোট গ্ৰহণ হয়।
  • লাঠিগ্ৰাম এল পি স্কুলত অৱস্থিত ভোটকেন্দ্ৰ দুটা৷
  • কেন্দ্ৰটোত মুঠ ভোটাৰ ১১৬৯ গৰাকী৷
  • মন্থৰ গতিত ভোটগ্ৰহণ হোৱাৰ ফলত নিশালৈ ভোটগ্ৰহণ হয়।
  • শান্তিপূৰ্ণ ভাৱে সমাপ্ত হয় ভোটগ্ৰহণ৷
  • মুঠ ভোটদানৰ হাৰ প্ৰায় ৭৩.৮৯ শতাংশ বুলি জানিবলৈ পোৱা গৈছে।