/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/8f2cdf96-ba94-4496-8468-426edb547ce8/saaa.jpg)
silchar
ডিজিটেল ডেস্ক :শিলচৰ মেডিকেল কলেজ হাস্পতালত উত্তপ্ত পৰিস্থিতি। হাস্পতালত সাংবাদিকক প্রহাৰ কৰে গৃহৰক্ষী জোৱানে। গুৰুতৰভাৱে আহত হয় সাংবাদিক বিশ্ব কল্যাণ পুৰকায়স্থ।
উল্লেখ্য যে সাংবাদিকগৰাকীয়ে হাস্পতালত চিকিৎসাধীন হৈ থকা বৌৱেকক খাদ্য দিবলৈ গৈছিল। সেই ৱাৰ্ডত কৰ্মৰত গৃহৰক্ষী জোৱান এগৰাকীয়ে প্রহাৰ কৰে বিশ্ব কল্যাণক।
অভিযুক্ত গৃহৰক্ষী জোৱানজনৰ নাম এছ দেৱ। সাংবাদিক গৰাকীক প্ৰহাৰ কৰা দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী সাংবাদিক মহলৰ।
আৰু পঢ়ক : পুনৰ ইউ.পি.পি.এলৰ সভাপতিৰ পদত প্ৰমোদ বড়ো...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us