অসম নিৰ্বাচন-২০১৯ শিলচৰত সাজু ভোটগ্ৰহণ কেন্দ্ৰ… শিলচৰত সাজু ভোটগ্ৰহণ কেন্দ্ৰ… asomiyapratidin 18 Apr 2019 07:00 IST Follow UsNew Updateশিলচৰতো কিছু সময় পাছত আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।সাজু কৰি তোলা হৈছে ভোটগ্ৰহণ কেন্দ্ৰসমূহ।ৰাধামাধৱ বালিকা বিদ্যালয়ৰ ২০০ নং ভোটগ্ৰহণ কেন্দ্ৰৰ সকলো যাৱতীয় কাম-কাজ সম্পূৰ্ণ।আৰু কিছু সময় পাছতেই আৰম্ভ হ'ব ভোটগ্ৰহণ পৰ্ব।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক