New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4X81YaU4AASj4e.jpg)
- বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
- দেশৰ আন প্ৰান্তৰ লগতে অসমৰ ৫ সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
- ইতিমধ্যে শিলচৰৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4X84DmUUAA-e3h.jpg)
- ইভিএম মেচিন সহ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰীসকল।
- শিলচৰৰ লগতে কৰিমগঞ্জ, মঙলদৈ, নগাঁও আৰু স্বায়ত্ত শাসিত জিলা (ডিফু)ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4X86GBUcAAo_j8.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us