শিলচৰত আগত আছে বিজেপি…

শিলচৰত আগত আছে বিজেপি…

author-image
asomiyapratidin
New Update
অসমত ৭খন আসনত আগবাঢ়ি আছে বিজেপি…

  • শিলচৰত এতিয়ালৈকে মুঠ ভোটগণনা হৈছেঃ ৩৬,২০৯টা।
  • ২১৬৪২টা ভোটেৰে আগত আছে বিজেপি প্ৰাৰ্থী ৰাজদ্বীপ ৰয়।
  • কংগ্ৰেছৰ প্ৰাৰ্থী সুষ্মিতা দেৱে লাভ কৰিছে ১৩,৪৪০টা ভোট।
  • নোটাত এতিয়ালৈকে ভোট পৰিছে ৩৫৩টা।
  • সমষ্টিটোত মুঠ ভোটদান কৰা ভোটাৰৰ সংখ্যাঃ ৯,৪৫,৮৩৪টা।