অসম নিৰ্বাচন-২০১৯ শিলচৰত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি… শিলচৰত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি… asomiyapratidin 23 May 2019 13:09 IST Follow UsNew Updateচতুৰ্থ ৰাউণ্ডৰ শেষত শিলচৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ডাঃ ৰাজদীপ ৰয় ২৫,৮৬৩টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে৷ ৰাজদীপ ৰয়ে লাভ কৰিছে ১,৪৫,৯০১ টা ভোট।কংগ্ৰেছ প্ৰাৰ্থী সুষ্মিতা দেৱে লাভ কৰিছে ১,২০,০৩৮টা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক