/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/40572a2d-b09b-4ef0-959f-c4b65819ce17/download.jpg)
শিলচৰত ব্লেডেৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা যুৱকক।
অশোক ৰবিদাস নামৰ যুৱকজনক হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ।
কাছাৰৰ ধলাই ময়নাৰখাল চাহ বাগিছাত এই ঘটনা।
প্ৰতিৱেশী এগৰাকী যুৱতীৰে প্রেমৰ সম্পৰ্ক আছিল অশোক।
প্রেমিকাৰ ভাতৃ আৰু আন ৩জন যুৱকৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগ।
মুৰ্মূৰ্ষ অৱস্থাত অশোক ৰবিদাসক ভৰ্তি কৰে SMCHত।
প্রেমিকাৰ ভাতৃসহ ৩যুৱকৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু অশোকৰ পৰিয়ালৰ।