শিলচৰত ভোটাৰৰ মাজত হাহাকাৰ, প্ৰায় ৩০ শতাংশ ই ভি এম বিকল…

শিলচৰত ভোটাৰৰ মাজত হাহাকাৰ, প্ৰায় ৩০ শতাংশ ই ভি এম বিকল…

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ ধনী প্ৰাৰ্থীজন কোন দলৰ?…

  • শিলচৰৰ বিভিন্ন ভোট কেন্দ্ৰত ভোটাৰৰ মাজত হাহাকাৰ ৷
  • ই ভি এম বিকল হোৱাত আধা ঘন্টাৰ পৰা এক ঘন্টা পলমকৈ ভোটগ্ৰহণ আৰম্ভ ৷
  • পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি থিয় হৈ আছে ভোটাৰ ৷
  • শিলচৰ বিধান সভা সমষ্টিৰ শ্যাম চৰন বিদ্যাপীঠ কেন্দ্ৰত ৯ বজালৈ আৰম্ভ হোৱা নাছিল ভোটগ্ৰহণ ৷
  • শিলচৰত প্ৰায় ৩০ শতাংশ ই ভি এম বিকলৰ খবৰ পোৱা গৈছে।
  • ধলাই, বৰখলা, লক্ষীপুৰ, কাটিগৰা সমষ্টিৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্রেতো ই ভি এম বিকল ৷
  • ১১ নং ধলাই বিধান সভা সমষ্টিৰ বুধন চৌহান এমই স্কুল ভোট গ্ৰহণ কেন্দ্রেৰ ই ভি এম বিকল৷
  • পুৱা ৯ বজালৈ ১৫ শতাংশ ভোটগ্ৰহণ হোৱা বুলি সদৰী কৰে কাছাৰৰ উপায়ুক্তই।