চিলাপথাৰ পৌৰসভাৰ সম্পূৰ্ণ ফলাফল: কোনে ক’ত মাৰিলে শেষ হাঁহি…

চিলাপথাৰ পৌৰসভাৰ সম্পূৰ্ণ ফলাফল: কোনে ক’ত মাৰিলে শেষ হাঁহি…

author-image
asomiyapratidin
New Update
বৰ্তমান পৰ্যন্ত ৭৪খন বিজেপিৰ দখলত ,২ খন কংগ্ৰেছৰ…

ডিজিটেল সংবাদ,ধেমাজি: চিলাপথাৰৰ মুঠ ১২টা ৱাৰ্ডত হৈছিল নিৰ্বাচন। ইয়াৰে ২ টা ৱাৰ্ডত জয় লাভ কৰে কংগ্ৰেছে, ৬টাত জয়ী হয় বিজেপি আৰু ৪টাত জয়ী হয় নিৰ্দলীয়।

১ নং ৱাৰ্ড- ৰাতুল গগৈ(কংগ্ৰেছ)

২ নং ৱাৰ্ড- তৰুনিমা দত্ত(বিজেপি, বিনাপ্ৰতিদ্বন্দিতাৰে)

৩ নং ৱাৰ্ড- বাবুল চক্ৰৱৰ্তী(নিৰ্দলীয়)

৪নং ৱাৰ্ড- শিল্পী চৌধুৰী(নিৰ্দলীয়)

৫ নং ৱাৰ্ড – ৰীতা দাস(বিজেপি)

৬ নং ৱাৰ্ড- লাৱণ্য দলে পাইট(বিজেপি)

৭ নং ৱাৰ্ড – শমিষ্ঠা দেৱ(বিজেপি)

৮ নং ৱাৰ্ড – আদিত্য সোনোৱাল(নিৰ্দলীয়)

৯ নং ৱাৰ্ড – জীতেন্দ্ৰ কুটুম(নিৰ্দলীয়)

১০ নং ৱাৰ্ড- দীনেশ দাস(বিজেপি)

১১ নং ৱাৰ্ড- মনোৰমা দে' (বিজেপি)

১২ নং ৱাৰ্ড- দীপাঙ্কৰ দিহিঙীয়া(কংগ্ৰেছ)

assam congress