চিলাপথাৰত আটক ৪ ড্রাগছ সৰবৰাহকাৰী

আটক ইৰফান আলী আহমেদ, ৰাশিদ খান

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত আটক ৪ ড্রাগছ সৰবৰাহকাৰী

চিলাপথাৰত আটক ৪ ড্রাগছ সৰবৰাহকাৰী

আটক ইৰফান আলী আহমেদ, ৰাশিদ খান

আটক চাৱদ খান আৰু জামিৰ হুছেইন

ডিব্রুগড়ৰ পৰা চিলাপথাৰলৈ সৰবৰাহ কৰা সময়তে আটক

সৰবৰাহকাৰীকেইটাৰ পৰা জব্দ ৩টা ড্রাগছভৰ্তি কণ্টেইনাৰ

লগতে জব্দ তিনি পেকেট কানিসহ এখন চাৰিচকীয়া বাহন

silapathar assampolice Assam Silapathar