বিশিষ্ট সমাজকৰ্মী ছিদ্দিক আলীৰ মৃত্যু…

বিশিষ্ট সমাজকৰ্মী ছিদ্দিক আলীৰ মৃত্যু…

author-image
asomiyapratidin
New Update
বিশিষ্ট সমাজকৰ্মী ছিদ্দিক আলীৰ মৃত্যু…

  • উত্তৰ লক্ষীমপুৰৰ বিশিষ্ট সমাজকৰ্মী, জাম্মে মছজিদৰ সম্পাদক ছিদ্দিক আলী (৬৬)-ৰ দেওবাৰে পৰলোকপ্ৰাপ্তি ঘটে।
  • সন্ধিয়া ৭-৫০ বজাত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে ছিদ্দিকিৰ ৷
  • মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান এৰি থৈ গৈছে ৷
  • কাইলৈ উত্তৰ লক্ষীমপুৰৰ টাউন কবৰ স্থানত তেখেতৰ জানাজা সম্পন্ন কৰা হ'ব ৷
assam dead