SI প্ৰশ্নকাকত ফাদিল, DSP পৰ্যায়ৰ বিষয়াৰ জেৰা পিন্টু গোহাঁইক

SI প্ৰশ্নকাকত ফাদিল, DSP পৰ্যায়ৰ বিষয়াৰ জেৰা পিন্টু গোহাঁইক

author-image
asomiyapratidin
New Update
উৎকোচ লৈ গ্ৰেপ্তাৰ খাদ্য সুৰক্ষা বিষয়া…

  • ২৪ এপ্ৰিলত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা।
  • ইয়াৰ পিছতেই ২৫ এপ্ৰিলত ফাদিল হৈছিল প্ৰশ্ন কাকত।
  • ছচিয়েল মিডিয়াত প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পাছতেই আৰক্ষীয়ে জেৰা চলাইছে পিন্টু গোহাঁইক।
  • ডিএছপি পৰ্যায়ৰ বিষয়াই জেৰা চলাইছে পিন্টুক।
  • ৭০৮৬১৯৬০৯১ নম্বৰৰ পৰা ভাইৰেল হৈছিল প্ৰশ্নকাকত।
  • এই নম্বৰটো আছে পিন্টুৰ নামত।
  • প্ৰশ্নকাকত ভাইৰেলৰ পাছতেই পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ।
assam SI Assam police