New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-5.jpg)
- ৰেডিছন ব্লুৰ সন্মুখৰ পৰা শিৱসেনাৰ সমৰ্থকক আটক।
- মণিপুৰৰ পৰা অহা শিৱসেনাৰ লোকক আটক।
- 'শিৱসেনা দুভাগ হ'ব নালাগে, একেলগে আগবাঢ়িব লাগে'।
- এই দাবী আটকাধীন শিৱসেনাৰ লোককেইজনৰ।
- উল্লেখ্য যে, কেইবাদিন ধৰি একনাথ সিন্ধেৰ নেতৃত্বত কেইবাগৰাকী বিধায়কে বাহৰ পাতিছে গুৱাহাটীত।
- একনাথ সিন্ধেৰ নেতৃত্বত নতুন দল খোলাৰ কুচ কাৱাজ।