শেৱালী দেৱী শৰ্মাৰ জামিন আৱেদন নাকচ...

শেৱালী দেৱী শৰ্মাৰ জামিন আৱেদন নাকচ...

author-image
Asomiya Pratidin
New Update
শেৱালী দেৱী শৰ্মাৰ জামিন আৱেদন নাকচ...

শেৱালী দেৱী শৰ্মাৰ জামিন আৱেদন নাকচ...

ডিজিটেল ডেস্কঃ এছ চি ই আৰ টি কেলেংকাৰীৰে জড়িত হৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আৱদ্ধ হৈ থকা আই এ এছ বিষয়া শেৱীলা দেৱীৰ জামিন নাকচ। নিজৰ ঠিকাদাৰ জোঁৱায়েকৰ সৈতে মিলি এছ চি ই আৰ টিৰ ১০৫ কোটি টকীয়া কেলেংকাৰী সংঘটিত কৰা শেৱালী দেৱী শৰ্মাই বিশেষ ন্যায়াধীশ আদালতত জামিন আৱেদন কৰিছিল যদিও সেয়া নাকচ কৰিছে।

Advertisment

উল্লেখ্য এই একেটা গোচৰতে জড়িত হৈ জে'ললৈ গৈছিল কেইবাজনো সাংবাদিক, সংগঠনৰ নেতাসহ চৰকাৰী বিষয়া কৰ্মাচাৰী। ইয়াৰে কেইবাজনেও ইতিমধ্যে জামিন লাভ কৰিছে।

Also Read: দৰংগিৰি কলৰ বজাৰ উন্নয়নৰ বাবে ১৫ কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন...

শেৱালী দেৱী শৰ্মা