/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ddc417cd-a460-46cc-81bd-924e9b1607ee/111.jpg)
- বিশেষ ন্যায়াধীশৰ আদালত ও কাৰ্যালয়ত হাজিৰ কৰোৱা হয় জি এছ টি ভৱনৰ আয়ুক্ত শক্তিৱেল ৰাজুক । 
- ছেপ্টেম্বৰৰ ২৯ তাৰিখে চি বি আইৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল জি এছ টি ভৱনৰ আয়ুক্ত । 
- আয়ুক্ত শক্তিৱেল ৰাজুৰ সৈতেই গ্ৰেপ্তাৰ কৰা হৈছিল আন এজন ব্যৱসায়ীক । 
- অভিযুক্ত দুজনৰ পৰা উদ্ধাৰ কৰা হৈছিল নগদ ৩ লাখ টকা আৰু বহু আপত্তিজনক নথি-পত্ৰ । 
- আজি কেন্দ্ৰীয় অনুসন্ধান সংস্থা ও ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ বিশেষ ন্যায়াধীশৰ আদালত ও কাৰ্যালয়ত আজি হাজিৰ কৰোৱা হয় আচামী দুগৰাকীক । 
- দিনৰ প্ৰায় ১১.৩০ বজাত হাজিৰ কৰে শক্তিৱেল ৰাজু আৰু ব্যৱসায়ী গৰাকীক । 
- ঘন্টাজোৰা জেৰা অব্যাহত আছে অভিযুক্ত দুগৰাকীৰ । 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us