New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dancer.jpg)
- লখিমপুৰ জিলাৰ হাৰমতীৰ যুব নৃত্যশিল্পীৰ বিয়োগ।
- মৃত নৃত্যশিল্পীগৰাকী শ্বাহিৰ পূৰ্তী।
- মঙ্গলবাৰে নিশা মৃত্যু হয় শ্বাহিৰ পূৰ্তীৰ।
- কোডিডত আক্ৰান্ত হৈছিল চাহ জনগোষ্ঠীয় লোকৰ মাজত অতি জনপ্ৰিয় উদীয়মান নৃত্য শিল্পী গৰাকী।
- বৰগাং স্থিত কেথলিক হাস্পতালত পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে শ্বাহিৰ পূৰ্তীয়ে।
- শিল্পী গৰাকীৰ অকাল বিয়োগত জিলাখনত শোকৰ ছাঁ পৰিছে।