New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
- বশিষ্ঠত কিশোৰী নিৰ্যাতনৰ ঘটনা।
- বৃহস্পতিবাৰে পোহৰলৈ আহেএই ঘটনা।
- সেনা বাহিনীৰ আৱাসগৃহত ঘটিল এই ঘটনা।
- প্রিন্স পাণ্ডে নামৰ সেনা আৰক্ষী জোৱানে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ।
- এজন হাবিলদাৰৰ ঘৰত কোনো নথকা অৱস্থাত কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ।
- অভিযুক্ত প্রিন্স পাণ্ডে নামৰ সেনা আৰক্ষী জোৱানজনক গ্রেপ্তাৰ।