New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/2eedcd24-2241-45c6-83dc-8910ad70befa/dutta.jpg)
-
প্ৰবীন সংবাদকৰ্মী বীৰেন দত্তৰ দেহাৱসান ।
-
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল তেঁও ।
-
নীলাচল কাকতৰ জৰিয়তে সংবাদ ক্ষেত্ৰত ভৰি থেছিল দত্তই ।
-
জ্যেষ্ঠ সংবাদ কৰ্মী গৰাকীৰ মৃত্যুত বিভিন্ন জনৰ শোক প্ৰকাশ ।