New Update
/asomiyapratidin/media/media_files/2025/03/22/9mzRj58TslQDQhDWEddS.jpg)
পশু সখীক নিলম্বন
- চাকৰিৰ পৰা নিলম্বন পশু সখী ৰেহেনা চুলতানাক
- ৰেহানাৰ বিৰুদ্ধে হিতাধীকাৰীৰ পৰা ধন বিচৰাৰ অভিযোগ
- সামাজিক মাধ্যমত ভাইৰেল ধন বিচৰা ফোন ৰেকডিং
- ভাইৰেলৰ পাছতে উদালী উন্নয়ন ব্লকৰ বিএমএমডাব্লিউ বিষয়াৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন
- লংকাৰ উদালী উন্নয়ন ব্লকৰ অধীনৰ ১নং কাকী গাও পঞ্চায়তৰ পশু সখী ৰেহেনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us