/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/144.jpg)
তামুলপুৰত ১৪৪ ধাৰা জাৰি তামুলপুৰ জিলা প্রশাসনৰ।
প্লাষ্টিকৰ সামগ্রী ব্যৱহাৰৰ ক্ষেত্রত নিষেধাজ্ঞা জিলা প্রশাসনৰ।
তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ বনভোজস্থলীসমূহত এই নিষেধাজ্ঞা।
বনভোজস্থলীত উচ্চ স্বৰত মাইক, ডিজে আদি বজোৱাত নিষেধাজ্ঞা।
বনভোজস্থলীত মাদকদ্রব্য সেৱন আৰু বিক্রীৰ ক্ষেত্রতো নিষেধাজ্ঞা জাৰি।
মাদক দ্রব্য সেৱন কৰি গাড়ী, বাইক চলোৱাতো নিষেধাজ্ঞা জাৰি।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us