তামুলপুৰত ১৪৪ ধাৰা জাৰি

তামুলপুৰত ১৪৪ ধাৰা জাৰি
  • তামুলপুৰত ১৪৪ ধাৰা জাৰি তামুলপুৰ জিলা প্রশাসনৰ।

  • প্লাষ্টিকৰ সামগ্রী ব্যৱহাৰৰ ক্ষেত্রত নিষেধাজ্ঞা জিলা প্রশাসনৰ।

  • তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ বনভোজস্থলীসমূহত এই নিষেধাজ্ঞা।

  • বনভোজস্থলীত উচ্চ স্বৰত মাইক, ডিজে আদি বজোৱাত নিষেধাজ্ঞা।

  • বনভোজস্থলীত মাদকদ্রব্য সেৱন আৰু বিক্রীৰ ক্ষেত্রতো নিষেধাজ্ঞা জাৰি।

  • মাদক দ্রব্য সেৱন কৰি গাড়ী, বাইক চলোৱাতো নিষেধাজ্ঞা জাৰি।

তামুলপুৰত ১৪৪ ধাৰা জাৰি
সুৰা বিপনীৰ বিৰুদ্ধে হেলেমৰ আমতলাত ৰাজহুৱা সভা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in