
মেট্রিকৰ পৰীক্ষাক লৈ ছেবাৰ নির্দেশনা।
বিজ্ঞান আৰু অসমীয়া পৰীক্ষা সন্দর্ভত এই নির্দেশনা।
প্রশ্নকাকতৰ টোপোলা গ্রহণ কৰিব থানাৰ ভাৰপ্রাপ্ত বিষয়াই।
কেন্দ্র তত্বাৱধায়কে চিচিটিভিৰ সন্মুখত খুলিব লাগিব প্রশ্নকাকত।
SEBA নিয়োজিত বিষয়াই উভতি আহোতে লৈ আহিব অব্যৱহৃত নথি।
মেট্রিকৰ পৰীক্ষাক লৈ SEBAৰ নির্দেশনা।