অসম মুখ্য-পৃষ্ঠা উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান লাভ কৰা সকলে পাব স্কুটি… উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান লাভ কৰা সকলে পাব স্কুটি… asomiyapratidin 27 Jun 2022 12:43 IST Follow UsNew Updateউচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান প্ৰাপ্তই লাভ কৰিব স্কুটি।শিক্ষামন্ত্ৰী ৰণোজ পেগুই কৰিলে ঘোষণা।কিন্তু তাত কাট অৱ মাৰ্ক থাকিব।সংবাদমেল যোগে এই ঘোষণা ৰণোজ পেগুৰ। assam educationআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক