সতী বেউলাই মোহিত কৰিলে গহপুৰবাসীক

সতী বেউলাই মোহিত কৰিলে গহপুৰবাসীক

author-image
Asomiya Pratidin
New Update
সতী বেউলাই মোহিত কৰিলে গহপুৰবাসীক

ডিজিটেল সংবাদ,গহপুৰঃ 'সতী বেউলা'ই মোহিত কৰিলে গহপুৰবাসীক। গহপুৰৰ দক্ষিণ কলাবাৰী শাখা লেখিকা সমাৰোহৰ কলা-কুশলীসকলে সতী বেউলা নাট প্ৰদৰ্শন কৰে।

Advertisment

নাটখনত দক্ষিণ কলাবাৰীৰ মহিলাসকলে কৰা অভিনয়ত আপ্লুত হয় অঞ্চলটিৰ ৰাইজ। অতি সুন্দৰ অভিনয়, মঞ্চ সজ্জা, ৰূপ সজ্জাই উপস্থিত সকলোকে মোহিত কৰে। উল্লেখ্য যে, দক্ষিণ কলাবাৰী শাখা লেখিকা সমাৰোহৰ বিভিন্ন কাৰ্যসূচীৰ লগতে এই নাটকখন অনুষ্ঠিত কৰা হয়।

Also Read: সোণাপুৰত দুৰ্ঘটনাগ্রস্ত গেছ পৰিবাহী বাহন

DRAMA