চাৰিদুৱাৰত একেলগে দুৰ্ঘটনাগ্ৰস্ত ৪খনকৈ ডাম্পাৰ, আহত...

চাৰিদুৱাৰত একেলগে দুৰ্ঘটনাগ্ৰস্ত ৪খনকৈ ডাম্পাৰ। ঘটনাত আহত এজনলোক

author-image
Asomiya Pratidin
New Update
চাৰিদুৱাৰত একেলগে দুৰ্ঘটনাগ্ৰস্ত ৪খনকৈ ডাম্পাৰ, আহত...

  • শোণিতপুৰৰ চাৰিদুৱাৰত ভংয়কৰ পথ দুৰ্ঘটনা ৷

  • একেলগে দুৰ্ঘটনাগ্ৰস্ত ৪খনকৈ ডাম্পাৰ বাহন ৷

  • চাৰিদুৱাৰৰ অসম অৰুণাচল পথৰ ৰেলৱে ক্ৰচিংৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷

  • জানিব পৰা মতে চাৰিওখন বাহন পথ সুৰক্ষা বাহিনীৰ ৷

  • দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত এজনলোক৷

  • দুৰ্ঘটনাৰ ফলত পথ বন্ধ হোৱাৰ বাবে কেইবাঘণ্টা ধৰি আৱদ্ধ হৈ পৰে বহু যান-বাহন।

Advertisment

Also Read: ভ্ৰাম্যমাণৰ কেইবাটাও শিতানত বঁটা প্ৰদানেৰে নলবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতি

Assam police