New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/cm-in-gohpur.jpg)
ফাইল ফটো
- আজি বৰাকত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- ৰাতাবাৰীত সম্বোধন কৰিব প্ৰথমখন জনসভা।
- ৰাতাবাৰীৰ পিছত কাটিগড়াতো সম্বোধিব জনসভা।
- সোণাই সমষ্টিতো প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সোণোৱালে।
- নিত্যগোপাল হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ব নিৰ্বাচনী সভা।
- সোণাইৰ পৰা উপস্থিত হ'বগৈ ধলাইত।
- ধলাইত বিজেপি প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ অভিযান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us