শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যাৰ চেষ্টা এজনৰ...

দুৰ্গা পূজাৰ নৱমী দিনাই শৰাইঘাট দলঙত অঘটন

author-image
Asomiya Pratidin
New Update
শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যাৰ চেষ্টা এজনৰ...

saraighat suicide

ডিজিটেল ডেস্ক : দুৰ্গা পূজাৰ নৱমী দিনাই শৰাইঘাট দলঙত অঘটন। দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰাৰ চেষ্টা কৰে এজন লোকে।উল্লেখ্য যে শৰাইঘাট দলঙৰ পৰা ব্রহ্মপুত্র নদীত জাপ দি আত্মাহত্যাৰ চেষ্টা চলাই যদিও ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰে লোকজনক।

Advertisment

নদীৰ পৰা উদ্ধাৰ কৰাৰ পাছত লোকজনক চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে লোকজন। কিন্তু বৰ্তমানলৈ লোকজনৰ কোনো পৰিচয় আৰক্ষীয়ে বিচাৰি পোৱা নাই।

assam bridge saraighat