সাৰদা কেলেংকাৰীঃ প্ৰয়াত মন্ত্ৰী অঞ্জন দত্তৰ অনুভূতি প্ৰিণ্টাৰ্ছ, পি চিদাম্বৰৰ পত্নীৰ সম্পত্তি বাজেয়াপ্ত...

সাৰদা কেলেংকাৰীঃ প্ৰয়াত মন্ত্ৰী অঞ্জন দত্তৰ অনুভূতি প্ৰিণ্টাৰ্ছ, পি চিদাম্বৰৰ পত্নীৰ সম্পত্তি বাজেয়াপ্ত...

author-image
Asomiya Pratidin
New Update
সাৰদা কেলেংকাৰীঃ প্ৰয়াত মন্ত্ৰী অঞ্জন দত্তৰ অনুভূতি প্ৰিণ্টাৰ্ছ, পি চিদাম্বৰৰ পত্নীৰ সম্পত্তি বাজেয়াপ্ত...

সাৰদা কেলেংকাৰীঃ প্ৰয়াত মন্ত্ৰী অঞ্জন দত্তৰ অনুভূতি প্ৰিণ্টাৰ্ছ, পি চিদাম্বৰৰ পত্নীৰ সম্পত্তি বাজেয়াপ্ত...

  • সাৰদা কেলেংকাৰীৰ বিৰুদ্ধে অভিযান।

  • অভিযান কলকাতা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ।

  • ৩.৩০ কোটি টকাৰ স্থাৱৰ সম্পত্তি বাজেয়াপ্ত।

  • বাজেয়াপ্ত ৩ কোটি টকাৰ অস্থাৱৰ সম্পত্তি।

  • এই সম্পত্তি ক্রয় কৰিছিল সাৰদা আৰু অন্যান্য ব্যক্তিয়ে।

  • ইয়াৰ ভিতৰত আছে নলিনী চিদাম্বৰমৰ নাম।

  • নলিনী চিদাম্বৰম প্রাক্তন কেন্দ্রীয় মন্ত্রী পি চিদাম্বৰৰ পত্নী।

  • দেব্রৱত সৰকাৰ, দেৱেন্দ্রনাথ বিশ্বাসৰো নাম।

  • অনুভূতি প্রিণ্টাৰ্ছ আৰু প্রকাশৰো নাম আছে তালিকাত।

  • অনুভূতি প্রিণ্টাৰ্ছৰ স্বত্বাধিকাৰী অসমৰ প্রয়াত মন্ত্রী অঞ্জন দত্ত।

Advertisment

Also Read: দুবন্ত চহৰ যোশী মথৰ দৰেই অৱস্থা জন্মু-কাশ্মীৰতঃ এই পৰ্যন্ত ২১ ঘৰত মেলিছে ফাট...

সাৰদা কেলেংকাৰী