New Update
/asomiyapratidin/media/media_files/2024/11/23/CEUgMFLA7MRadaWUw3ep.jpg)
- চতুৰ্থ ৰাউণ্ডৰ ভোট গ্ৰহণ অন্ত পৰিল চামগুৰিত
- আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন।
- তাঞ্জিলে লাভ কৰিছে মুঠ ২১৯৭১টা ভোট।
- ইয়াৰ বিপৰীতে বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই লাভ কৰিছে ১৮,২৭০টা ভোট।
- ৩,৭০১টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছ তাঞ্জিল
- আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীয়ে লাভ কৰিছে ৩৩৩টা ভোট।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us