/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-20/4zpzhfwy/AP-FOR-WEB-new-format-copy.jpg)
ডিজিটেল সংবাদ, হাজোঃ চামগুৰিত বিজেপি পৰাস্ত হব বুলি জানিয়ে এক বিশৃংখল পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে। তাৰ বাবে বি জে পি নিজেই দায়ী- হাজোত এই বিস্ফোৰক মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ পেঞ্চনাৰ চেলৰ সভাপতি ভবেশ দাসৰ।
হাজোত উপস্থিত হৈ দলীয় সভাত অংশ লৈ এই বিস্ফোৰণ কংগ্ৰেছৰ নেতা গৰাকীৰ। তেওঁ লগতে কয়- মানুহে এতিয়া বি জে পিৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে । আনহাতে আগন্তুক দিনত হাজোত কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচনৰ বাবেও সাজু বুলি দাবী নেতা গৰাকীৰ।