New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/agrani-batory.jpg)
চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা।
কংগ্রেছ কৰ্মীৰ তিনিখনকৈ বাহনত আক্রমণ।
বিজেপি সমৰ্থকৰ বিৰুদ্ধে বাহনত আক্রমণৰ অভিযোগ।
পুঠিখাইতীত সংঘটিত হৈছে এই ঘটনা।
ঘটনাস্থলীত উপস্থিত সাংসদ ৰকিবুল হুছেইন।
কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা।