বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাৰ পাত কটা মেচিনত লাগি ভৰি ছিগিল শ্রমিকৰ...

শ্রমিকগৰাকী সুকদেউ লাইনৰ ছুলেমান কেৰকাটা

author-image
Asomiya Pratidin
New Update
বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাৰ পাত কটা মেচিনত লাগি ভৰি ছিগিল শ্রমিকৰ...

SALBARI TEA GARDEN INCIDENT

ডিজিটেল ডেস্ক : বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পাত কাটি থকা অৱস্থাত চিটিচি মেচিনত ভৰি লাগি সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। মেচিনত লাগি ভৰি ছিগিল শ্রমিকৰ।

Advertisment

শ্রমিকগৰাকী সুকদেউ লাইনৰ ছুলেমান কেৰকাটা। সংকটজনক অৱস্থাত বৰপেটাৰ মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰা হয় শ্ৰমিকগৰাকীক। উল্লেখ্য যে ইয়াৰ পূৰ্বেও চাহ বাগানৰ পাত কটা মেচিনত লাগি বহু শ্ৰমিকে হেৰুৱাইছে নিজৰ শৰীৰ একোটি অংশ।

assam baksa tea garden salbari