/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
মানস ৰাষ্ট্রীয় উদ্যানৰ ক্ষেত্র সঞ্চালকক শাস্তিমূলক বদলি
-
মানস ৰাষ্ট্রীয় উদ্যানৰ ক্ষেত্র সঞ্চালক বৈভৱ চি মাথুৰক শাস্তিমূলক বদলি।
-
তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ বন বিভাগৰ।
-
বৈভৱ চি মাথুৰৰ কাৰ্যকালত উদ্যানখনত বৃদ্ধি চোৰাং চিকাৰীৰ উপদ্রৱ।
-
চোৰাং চিকাৰীয়ে হত্যা কৰিছিল হাতী, গঁড়, বাঘকে ধৰি অন্য বন্যপ্রাণী।
-
মানসৰ নতুন ক্ষেত্র সঞ্চালক হিচাপে নিযুক্তি ৰাজীৱ কুমাৰ দাসক।