New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr.jpg)
- সাহিত্য একাডেমী-২০২২ যুৱ বঁটা ঘোষণা।
- অসমীয়া ভাষাত প্রদ্যুন্ম কুমাৰ গগৈলৈ এই বঁটা।
- 'চকী আৰু অন্যান্য গল্প' শীৰ্ষক গ্রন্থখনৰ বাবে তেওঁ লাভ কৰিছে এই বঁটা।
- বড়ো ভাষাত আলাংবৰ মুছাহাৰীলৈ আগবঢ়োৱা হৈছে এই বঁটা।
- 'গাং ফুজানে মাছে দৌ' শীৰ্ষক গ্রন্থৰ বাবে এই বঁটা।
- দিগন্ত ওজালৈ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা।
- 'ডাঙৰ মানুহৰ সাধু' শীৰ্ষক গ্রন্থৰ বাবে এই বঁটা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us