New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/rupam-bhuyan.jpg)
- গায়ক ৰূপম ভূঞা গুৰুতৰ ভাৱে আহত।
- মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈছে জনপ্ৰিয় শিল্পীজন।
- ৰূপম ভূঞাক হায়াত হস্পিতেলত ভৰ্তি কৰোৱা হৈছে জানিব পৰা গৈছে ।
- মূখ আৰু মূৰত গুৰুতৰ আঘাত পাইছে শিল্পীজনে।
- মূৰত কেইবাটাও চিলাই পৰিছে বুলি জানিব পৰা গৈছে ৰূপম ভূঞাৰ।