দুই কৃৰ্তিমানৰ কাষত বিধায়ক ৰূপক শৰ্মা...

অসম লোকসভা আয়োগৰ সদস্য ঘোষিত ফলাফলৰ অসম অসামৰিক সেৱা পদৰ বাবে নিৰ্বাচিত হোৱা নগাঁও চহৰৰ সমীপৱৰ্তী কৰৈয়ণি হেঙুলী চুকৰ এটা পৰিয়ালৰ ভাতৃ ভগ্নীয়ে সফলতাৰ বাতৰিয়ে সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

author-image
Asomiya Pratidin
New Update
hhh

ডিজিটেল সংবাদ , নগাঁও : অসম লোকসভা আয়োগৰ সদস্য ঘোষিত ফলাফলৰ অসম অসামৰিক সেৱা পদৰ বাবে নিৰ্বাচিত হোৱা নগাঁও চহৰৰ সমীপৱৰ্তী কৰৈয়ণি হেঙুলী চুকৰ এটা পৰিয়ালৰ ভাতৃ ভগ্নীয়ে সফলতাৰ বাতৰিয়ে সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

পৰিয়ালটোৰ মাজত তথা গাঁও খনত সৃষ্টি হোৱা আনন্দময় পৰিবেশৰ মাজতে নগাঁও বিধায়ক ৰূপক শৰ্মায়ে সফলতা অৰ্জন কৰা জিন্টু বৰা আৰু মঞ্জুশ্ৰী বৰাক অভিনন্দন জ্ঞাপন কৰে।

অভিনন্দন জ্ঞাপন কৰি বিধায়ক শৰ্মাই দুয়োৰে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰা লগতে দেশ আৰু জাতিৰ বাবে শ্ৰদ্ধাশীল আৰু সততাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়

নগাওঁ