অসম নিৰ্বাচন-২০১৯ নগাঁৱত ৫১২০ টা ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ অগ্ৰগতি… নগাঁৱত ৫১২০ টা ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ অগ্ৰগতি… asomiyapratidin 23 May 2019 16:16 IST Follow UsNew Updateনগাঁৱত ৫১২০টা ভোটৰ ব্যৱধান কংগ্ৰেছ-বিজেপি প্ৰাৰ্থীৰ মাজত।বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাতকৈ আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈ।প্ৰদ্যুত বৰদলৈয়ে লাভ কৰিছে ৪৭০২৯৫টা ভোট।সমষ্টিটোত কংগ্ৰেছ-বিজেপিৰ মাজত চলিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক