/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
-
ৰূপহীহাটৰ ঔঅনাত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
দুখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।
-
মঙলবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।
-
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুয়োখন বাহনৰ ছজন লোক।
-
সংকটজনক অৱস্থাত দুজনক নগাঁৱলৈ প্রেৰণ।
-
আন চাৰিজনক ৰূপহী মডেল হাস্পতালত ভৰ্তি।